পঞ্চায়ত প্ৰাৰ্থীয়ে জানিবলগীয়া কিছুমান সাধাৰণ জ্ঞান


অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম:
সৰ্বানন্দ সোনোৱাল
অসমৰ ৰাজ্যপাল গৰাকীৰ নাম:
জগদীশ মুখী
ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম:
নৰেন্দ্ৰ মোডী
ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম:
ৰামনাথ কোবিন্দ
ভাৰতৰ উপ ৰাষ্ট্ৰপতি গৰাকীৰ নাম:
ভেংকায়া নাইডু
অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম:
সিদ্ধাৰ্থ ভট্টাচাৰ্য
অসমৰ পঞ্চায়ত মন্ত্ৰী:
নৱ কুমাৰ দলে
অসমৰ নিৰ্বাচনী আয়ুক্ত:
হৰেন্দ্ৰ নাথ বৰা
AGP ৰ সম্পূৰ্ণ নাম:
অসম গণ পৰিষদ
BJP ৰ সম্পূৰ্ণ নাম:
ভাৰতীয় জনতা পাৰ্টী
UDF ৰ সম্পূৰ্ণ নাম:
সংযুক্ত গণতান্ত্ৰিক মৰ্চা
BJP ৰ ৰাজ্যিক সভাপতিৰ নাম:
ৰঞ্জিত দাস
BJP ৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম:
অমিত শ্বাহ
কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ নাম:
ৰিপুণ বৰা
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম:
ৰাহুল গান্ধী
AGP ৰ সভাপতিৰ নাম:
অতুল বৰা
UDF ৰ সভাপতিৰ নাম:
বদৰুদ্দিন আজমল
অসমৰ ৰাজধানীৰ নাম:
দিছপুৰ
ভাৰতৰ ৰাজধানীৰ নাম:
দিল্লী
অসমৰ জাতীয় সংগীত:
অ' মোৰ আপোনাৰ দেশ
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত:
জন গণ মন
অসমৰ জাতীয় উৎসৱ:
বিহু
অসমৰ জিলা কেইখন:
33 খন
কিমান চনত ভাৰত স্বাধীন হৈছিল?
1947 চনত
স্বাধীনতা দিৱস কোন তাৰিখত পালন কৰা হয়?
15 আগস্ট
জাতীয় পতাকাৰ ৰং কেইটা?
তিনিটা।
উপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া।

Comments

  1. পঞ্চায়ত প্ৰাৰ্থিয়ে কিছুমান জনিবলগীয়া সাধাৰণ জ্ঞান 2021

    ReplyDelete

Post a Comment

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি