এক নজৰত পঞ্চায়ত নিৰ্বাচন 2018
2018 চনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে 5 নৱেম্বৰ তাৰিখে অধিসুচনা জাৰি কৰা হয়। এই নিৰ্বাচনখন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হব আৰু একে দিনাই ভোট গণনা কৰা হব। এই নিৰ্বাচনৰ লগত জড়িত বিভিন্ন তথ্যসমূহ তলত উল্লেখ কৰা হল।
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ
প্ৰথম পৰ্যায় = 15 নৱেম্বৰ
দ্বিতীয় পৰ্যায় = 19 নৱেম্বৰ
মনোনয়ন পৰীক্ষা কৰাৰ তাৰিখ
প্ৰথম পৰ্যায় = 16 নৱেম্বৰ
দ্বিতীয় পৰ্যায় = 20 নৱেম্বৰ
মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ
প্ৰথম পৰ্যায় = 20 নৱেম্বৰ
দ্বিতীয় পৰ্যায় = 22 নৱেম্বৰ
ভোট গ্ৰহণৰ তাৰিখ
প্ৰথম পৰ্যায় = 5 ডিচেম্বৰ
দ্বিতীয় পৰ্যায় = 9 ডিচেম্বৰ
ভোট গণনা
12 ডিচেম্বৰ
নিৰ্বাচন অনুষ্ঠিত হব 26 খন জিলাত
প্ৰথম পৰ্যায় = 16 জিলা
দ্বিতীয় পৰ্যায় = 11 জিলা
প্ৰথম পৰ্যায়ৰ জিলাবোৰ
তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি, শিৱসাগৰ, যোৰাহাট, মাজুলী, গোলাঘাট, নগাওঁ, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাওঁ, কামৰূপ (মহানগৰ), কামৰূপ (গ্রাম্য)
দ্বিতীয় পৰ্যায়ৰ জিলাবোৰ
দক্ষিণ শালমৰা-মানকাচৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, হোজাই, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ।
নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মুঠ পদৰ সংখ্যা = 26,808
জিলা পৰিষদৰ সদস্য পদ = 420
আঞ্চলিক পঞ্চায়তৰ সদস্য পদ = 2,199
গাওঁ পঞ্চায়তৰ সভাপতি পদ = 2,199
গাওঁ পঞ্চায়তৰ সদস্য পদ = 21,990
মুঠ ভোটাৰ = 1,56,41,456
পুৰুষ ভোটাৰ = 81,23,835
মহিলা ভোটাৰ = 75,17,621
মুঠ ভোটকেন্দ্র = 23,505
স্পৰ্শকাতৰ = 8,243
অতি স্পৰ্শকাতৰ = 3,665
নিৰ্বাচন পৰিচালনাৰ বাবে নিৰ্ধাৰিত বিষয়া কৰ্মচাৰী = 1,56,255 জন
নিৰ্বাচন পৰিচালনাৰ বাবে নিৰ্ধাৰিত বাজেট = 149,91,40,905 টকা
ভোট গ্ৰহণৰ মাধ্যম = বেলট পেপাৰ
প্ৰাৰ্থী সকলৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ ব্যয়ৰ পৰিমাণ
জিলা পৰিষদৰ সদস্য = 6,40,000 টকা
আঞ্চলিক পঞ্চায়তৰ সদস্য = 1,60,000 টকা
গাওঁ পঞ্চায়তৰ সভাপতি = 1,60,000 টকা
গাওঁ পঞ্চায়তৰ সদস্য = 16,000 টকা
Comments
Post a Comment