এটোপাল পানীত কিমান কণিকা থাকে?

আপুনি জানেনে, এটোপাল পানীত কিমান কণিকা থাকে? শুনিলে আচৰিত হ'ব যে এটোপাল পানীত একশ বিলিয়ন বিলিয়ন কণিকা থাকে। অৰ্থাৎ এই সংখ্যাটো গণনা কৰিবলৈ আপুনি একৰ পিছত বিশটা শূন্য বহাব লাগিব।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ