চৰাইবোৰ বেলেগ ধৰণৰ


প্ৰচণ্ড গৰমৰ ফলত শৰীৰৰ ভিতৰত সৃষ্টি হোৱা বাষ্প বাহিৰলৈ ওলাই যাবলৈ মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ্মগ্ৰন্থি থাকে। এই ঘৰ্মগ্ৰন্থিবোৰৰ মাজেৰে ঘাম ওলাই গৈ শৰীৰ শীতল হয়। কিন্ত মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে চৰাইৰ ঘৰ্মগ্ৰন্থি নাথাকে। ইহঁতে ডেউকা কোবাই উৰি অথবা মুখ মেলি উশাহ লৈ শৰীৰ শীতল কৰে।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ