আপেলৰ গুটিবোৰ মাৰাত্মক


আপেল হৈছে এটি সুস্বাদু ফল। প্ৰায় সকলো মানুহেই আপেল খাই ভাল পায়। কিন্তু আপুনি জানেনে, ইয়াৰ ভিতৰত থকা গুটিবোৰ হৈছে অত্যন্ত বিষাক্ত। ভুলবশতঃ দুই এটা গুটি খাই পেলালে চিন্তাৰ কাৰণ নাথাকে যদিও বেছি পৰিমাণে আপেলৰ গুটি খালে ই শৰীৰত মাৰাত্মক বিষক্ৰিয়াৰ সৃষ্টি কৰে। 

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ